মৃণাল তালুকদাৰৰ সৈতে GROUND ZERO REPORT |Part 2 #pratidintimelive

Feb 27, 2026Channel
AI Analysis
Data from YouTube Data API v3Updated Just now

Video Overview

Video Details

Published4 months ago
DurationP0D
Video ID-D46wcoDv4Y
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeYouTube Short

Performance Metrics

Views0
Likes0
Comments0

Description

‘খৰালি কালৰ কৃত্রিম বানৰ মাজেৰে পাৰ হৈ যোৱা সাহস দেখুৱাওক অতুল বৰাই’ ‘কাপোৰ ইস্ত্রি ভঙা ভয়ে খেদা জনপ্রতিনিধিয়ে বাঁহৰ সাঁকোৰে চলাচল কৰি দেখুৱাওক’ ‘নিজৰাৰ পানী কঢ়িয়াই জীৱন অতিবাহিত কৰি দেখুৱাওক’ ‘অট্টালিকাৰ পৰা নামি ভঙা পঁজাৰ আৱাসীৰ দুৰ্দশাৰ উমান লওক’ ‘প্রতিশ্রুতি নহয়, সমস্যা সমাধানৰ চুক্তিপত্রত চহী কৰি ভোট বিচাৰক’ খিলঞ্জীয়াৰ এই প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰিবনে শাসকীয় পক্ষ? অগপ-বিজেপিৰ সংঘাতে কি ৰূপ ল’ব ডিমৰীয়াত? কি ৰণনীতি কংগ্রেছৰ? মৃণাল কুদ্দুছৰ সৈতে GROUND ZERO REPORT Part 2 #pratidintimelive

Related Videos

More videos from Pratidin Time