জিলা আয়ুক্তৰ নিৰ্দেশ অমান্যৰ বাবে নিলম্বিত হ’ল দুগৰাকী বিদ্যালয়ৰ মুৰব্বী

May 15, 2026Channel
AI Analysis
Data from YouTube Data API v3Updated Just now

Video Overview

Video Details

Published2 weeks ago
Duration1:30
Video ID3XbwvBgpUBc
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video

Performance Metrics

Views580
Likes5
Comments0
Engagement Rate0.86%
Likes per 100 views0.86
Comments per 1K views0.00

Description

জিলা আয়ুক্তৰ নিৰ্দেশ অমান্যৰ বাবে নিলম্বিত হ’ল দুগৰাকী বিদ্যালয়ৰ মুৰব্বী। নিলম্বিত হ’ল টিংখাং উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ। বৰবৰুৱা শিক্ষাখণ্ডৰ অধীনৰ সাৰ্বজনীন হাইস্কুলৰ প্রধান শিক্ষক ইন্দ্র কোঁৱৰক নিলম্বন। জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠকত উপস্থিত নথকাৰ বাবে নিলম্বন দুয়োকে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল দেখুওৱা স্কুলৰ মুৰব্বীৰ সৈতে হৈছিল পৰ্যালোচনা সভা। জিলা আয়ুক্তৰ নিৰ্দেশনাৰ পাছতে দুয়োকে নিলম্বন শিক্ষা বিভাগৰ #PratidinTime #AssamNews #assam #Tingkhong

Related Videos

More videos from Pratidin Time