গুৱাহাটীৰ চাৰি বিধায়কৰ তিনিওজনেই নতুন মুখ, মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
May 15, 2026•Channel
AI Analysis
Data from YouTube Data API v3•Updated Just now
Video Overview
Video Details
Published2 months ago
Duration48:38
Video ID741q93Ju-k8
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video
Performance Metrics
Views2.2K
Likes32
Comments14
Engagement Rate2.10%
Likes per 100 views1.46
Comments per 1K views6.39
Video Tags
Description
গুৱাহাটীৰ চাৰি বিধায়কৰ তিনিওজনেই নতুন মুখ
ডিমৰীয়াক ধৰিলে চাৰিজনেই হ’ব
প্ৰত্যেকজনৰে সহজ জয়, প্ৰত্যেকজনৰে মাৰ্জিত প্ৰচাৰ
আনহাতে গুৱাহাটীৰ মালিক বহুতো, সমস্যাৰো শেষ নাই
চামগুৰিৰ পৰা নতুন গুৱাহাটীলৈ দিপ্লুৰঞ্জন শৰ্মা
গ্ৰামীণ সমষ্টিৰ পৰা সম্পূৰ্ণ চহৰীয়া সমষ্টি
প্ৰদ্যুৎ বৰদলৈৰো একেই পৰিক্ৰমা
মাৰ্ঘেৰিটা-নগাঁৱৰ পৰা সম্পূৰ্ণ চহৰীয়া অঞ্চল
তৰপে তৰপে গুৱাহাটীৰ প্ৰশাসন, ৰাইজে নাপায় প্ৰতিনিধিক
মাজত বিধায়ক পাঁচজন আৰু ২৩ লাখ নাগৰিক
গ্ৰামীণ বিধানসভা ক্ষেত্ৰৰ পৰা চহৰীয়া ক্ষেত্ৰ
নতুন গুৱাহাটীত দিপ্লুৰঞ্জনৰ প্ৰত্যাহ্বান কি হ’ব!
বিধায়ক-সাংসদ-বিধায়ক, কোনটো বেছি ভাল পালে বৰদলৈয়ে?
কিহৰ কাৰণে শেষ মুহূৰ্তত বিজেপিলৈ বৰদলৈ!
চহৰীয়া বিধানসভা ক্ষেত্ৰৰ প্ৰতিনিধিত্বৰ প্ৰত্যাহ্বান
ভোটাৰে কাক বিচাৰিব-পাৰিষদ, বিধায়ক, সাংসদ
আন সমষ্টিতকৈ গুৱাহাটীৰ সমষ্টিবোৰৰ প্ৰত্যাহ্বান
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#pratidintime #assamnews #assam #guwahati #DipluRanjanSarmah #PradyutBordoloi #bjp