মাজুলী আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিত প্ৰচাৰ চলালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
Mar 30, 2026•Channel
AI Analysis
Data from YouTube Data API v3•Updated Just now
Video Overview
Video Details
Published3 months ago
Duration4:30
Video IDMtCf4O7vyJU
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video
Performance Metrics
Views3.2K
Likes60
Comments3
Engagement Rate1.99%
Likes per 100 views1.89
Comments per 1K views0.95
Video Tags
Description
মাজুলী আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মাজুলীত ভুবন গামৰ হৈ প্ৰচাৰ চলাই সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীক শিক্ষাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্রী গৰাকীয়ে। ইফালে চিচিবৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী জীৱন গগৈৰ হৈ প্ৰচাৰ চলোৱাৰ অন্তত এইবাৰ NDAই কিমানখন আসন পাব সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
#pratidintime #himantabiswasarma #assamnews