মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’ | Part 5 #PratidinTimeLIVE
Mar 31, 2026•Channel
AI Analysis
Data from YouTube Data API v3•Updated Just now
Video Overview
Video Details
Published2 months ago
Duration30:15
Video IDViUmVxBS8Ps
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video
Performance Metrics
Views10.2K
Likes196
Comments37
Engagement Rate2.28%
Likes per 100 views1.92
Comments per 1K views3.62
Description
এইবাৰৰ নিৰ্বাচনত জনতাই কাক ভোট দিব?
যুঁজ হ’ব বিজেপি নেতৃত্বাধীন মিত্রজোঁট বনাম কংগ্রেছ নেতৃত্বাধীন বিৰোধীজোঁটৰ
মুঠ ২৭টা ৰাজনৈতিক দলে অংশ লৈছে এইবাৰৰ নিৰ্বাচনত
২৭টা ৰাজনৈতিক দলৰ ৪৬৪ গৰাকী প্রাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত
নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছে মুঠ ২৫৮গৰাকীকৈ প্ৰাৰ্থী
৯৯খন আসনেৰে সৰ্বাধিক আসনত প্রতিদ্বন্দ্বিতা কৰা দলটো হৈছে কংগ্রেছ
২য় স্থানত ৯০খন আসনেৰে প্রতিদ্বন্দ্বিতা কৰা দলটো হৈছে বিজেপি
১২৬টা সমষ্টিত মুঠ ৭২২ গৰাকী প্রাৰ্থী নিৰ্বাচনী যুঁজত নামিছে
কাৰ পক্ষ ল’ব এইবাৰ অসমৰ জনতাই?
‘পাৰ্টী’ৰ জোৰতেই এজন ‘বিশেষ বিশেষ’ ব্যক্তিও প্রাৰ্থী হৈছে বহু সমষ্টিত
পাৰ্টীৰ জোৰতেই সেই ‘বিশেষ’ ব্যক্তিও হয়তো আমাৰ জনপ্রতিনিধি হ’ব
প্রাৰ্থী নে পাৰ্টী, কাক অগ্রাধিকাৰ দিব অসমৰ জনতাই?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’ | Part 5 #PratidinTimeLIVE