মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’ | Part 3 #PratidinTimeLIVE
Mar 30, 2026•Channel
AI Analysis
Data from YouTube Data API v3•Updated Just now
Video Overview
Video Details
Published2 months ago
Duration15:05
Video IDcfq_GQ7VTcc
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video
Performance Metrics
Views10.1K
Likes114
Comments15
Engagement Rate1.28%
Likes per 100 views1.13
Comments per 1K views1.48
Description
ৰাজ্যত এইবাৰ মুঠ ভোটাৰ আছে ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯ গৰাকী
ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হৈছে ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩ গৰাকী
নিৰ্বাচনত এইবাৰ ভোট দিবলগীয়া মহিলা ভোটাৰ আছে ১,২৪,৭৫,৫৮৩ গৰাকী
অৰ্থাৎ এইবাৰ ভোটাৰৰ সমান সংখ্যকেই পুৰুষ আৰু মহিলা
কিন্তু তাৰ পিছতো যুৱতী আৰু মহিলাকহে বিশেষ অগ্ৰাধিকাৰ দিছে বিজেপিয়ে
মুখ্যমন্ত্রীয়েও প্রতিখন নিৰ্বাচনী সভাতেই সৰ্বাধিক গুৰুত্ব দিছে যুৱতী-মহিলাক
অৰ্থাৎ যুৱতী-মহিলাই এই নিৰ্বাচনত ল’ব নিৰ্ণায়ক ভূমিকা
এতিয়া কি হ’ব এইবাৰ যুৱতী-মহিলাৰ নিৰ্বাচনী ভূমিকা?
কাৰ পক্ষত অৱস্থান ল’ব অসমৰ নাৰী শক্তিয়ে?
আজি ‘সাম্প্রতিক ৰাজনীতিত অসমৰ যুৱতী-মহিলাৰ অংশগ্রহণ, দায়িত্ব আৰু ভূমিকা’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’ | Part 3 #PratidinTimeLIVE