দেৱপ্রতীমৰ সৈতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা ‘YUVA-মত’ |Part 2 #PratidinTimeLIVE
Feb 15, 2026•Channel
AI Analysis
Data from YouTube Data API v3•Updated Just now
Video Overview
Video Details
Published3 months ago
DurationP0D
Video IDdhGjs6Ax7Uo
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeYouTube Short
Performance Metrics
Views0
Likes0
Comments0
Description
‘হিতাধিকাৰী’ আঁচনিৰ জৰিয়তে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব নেকি বিজেপিয়ে?
‘মিঞা’ক লৈ চলিছে নেকি পুৰণিকলীয়া ৰাজনীতি?
গৱেষণা, উদ্ভাৱন আদিৰ সন্দৰ্ভত চৰকাৰে কি কৰা উচিত?
‘লাওলোৱা’ ৰাজকোষ, বিনামূলীয়া আঁচনিৰ প্রয়োজন আছেনে?
গৌৰৱ, হিমন্ত নে সৰ্বা- কোন হ’ব যুৱ প্রজন্মৰ প্রথম পছন্দ?
ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপট সন্দৰ্ভত কি ভাবে Gen Zয়ে?
উচ্ছেদ সন্দৰ্ভত কি ভাবে যুৱ প্রজন্মই?
বেনাৰে-পোষ্টাৰে উন্নয়ন নে কামে-কাজেও হৈছে উন্নয়ন?
সাম্প্রদায়িক মন্তব্যৰে মুখ্যমন্ত্রীয়ে লাঘৱ কৰিছে নেকি পদমৰ্যাদা?
নিযুত মইনা আঁচনিৰ জৰিয়তে বাস্তৱত কিমান উপকৃত হৈছে শিক্ষাৰ্থীসকল?
১২৫০ টকা আঁচনিৰ ধন, কিন্তু নামভৰ্তিৰ নামত দিব লাগে ৬ হাজাৰ টকা
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কি বিচাৰে চৰকাৰৰ পৰা?
দেৱপ্রতীমৰ সৈতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা ‘YUVA-মত’ |Part 2 #PratidinTimeLIVE