মহানগৰীত জাল নোট প্ৰস্তুত কৰা ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ
Jun 27, 2026•Channel
AI Analysis
Data from YouTube Data API v3•Updated Just now
Video Overview
Video Details
Published2 days ago
Duration5:03
Video IDpGsrSQaPxAo
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video
Performance Metrics
Views3.1K
Likes33
Comments9
Engagement Rate1.34%
Likes per 100 views1.05
Comments per 1K views2.87
Video Tags
Description
📌মহানগৰীত জাল নোট প্ৰস্তুত কৰা ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ
📌আৰক্ষীৰ অভিযানত জব্দ ৩ লাখ ৮৬ হাজাৰ টকা জাল নোট, প্ৰিন্টাৰ মেচিন, ৪ খন চাৰিচকীয়া বাহন, ৫ টাকৈ মোবাইল ফোন
📌গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে জালুকবাৰীৰ মিলেনিয়াম গাৰ্ডেনৰ এটা ফ্লেটত চলাইছিল অভিযান
📌ফ্লেটটোত গোপনে চলাই আহিছিল জাল নোটৰ নিষিদ্ধ কাৰবাৰ
📌ফ্লেটটোৰ পৰা ৩ জালনোট প্ৰস্তুতকাৰী আমানুছ আলী, ৰহিম মিঞা, জেহেৰুল হকক হাতে-লোটে গ্ৰেপ্তাৰ
📌আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন চক্ৰটোৰ মাষ্টাৰমাইণ্ড চাহিলৰ
Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/
Follow News Live on twitter: https://twitter.com/NewsLiveGhy
Connect to our instagram account: https://www.instagram.com/newsliveghy/
Visit our website for all news updates: http://newslivetv.com/