মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

Jul 15, 2026Channel
AI Analysis
Data from YouTube Data API v3Updated Just now

Video Overview

Video Details

Published4 days ago
Duration50:39
Video IDsk0zjoFs9Ro
Languageas
CategoryNews & Politics
PrivacyPublic
Made for KidsNo
Video TypeRegular Video

Performance Metrics

Views2K
Likes21
Comments1
Engagement Rate1.09%
Likes per 100 views1.04
Comments per 1K views0.50

Description

অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ পূৰবী শৰ্মাৰ প্ৰয়াণ এটি যুগৰ অন্ত, বিদায় জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা ৰূপালী পৰ্দা, মঞ্চ আৰু টেলিভিছনৰ এক উজ্জ্বল অধ্যায়ৰ সমাপ্তি ‘আজলী নবৌ’ৰ পৰা ‘প্ৰভাত’লৈ, দীৰ্ঘ অভিনয় জীৱনৰ সফল যাত্ৰা দশকৰ পাছত দশক দৰ্শকৰ হৃদয় জয় কৰিছিল পূৰবী শৰ্মাই চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শন-সকলো ক্ষেত্ৰতে উজ্জ্বল উপস্থিতি অভিনয়ৰ প্ৰতিটো চৰিত্ৰত ৰাখি গ’ল নিজৰ স্বকীয় ছাপ দৰ্শকৰ মৰম আৰু সহকৰ্মীৰ সন্মান লাভ কৰা এগৰাকী শিল্পীৰ বিদায় নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীসকলৰ বাবে প্ৰেৰণাৰ নাম পূৰবী শৰ্মা শিল্পীৰ মৃত্যু হয়, কিন্তু শিল্পই কেতিয়াও মৃত্যুবৰণ নকৰে শ্ৰদ্ধাঞ্জলি পূৰবী শৰ্মালৈ, আপোনাৰ সৃষ্টি আৰু স্মৃতি চিৰদিন জীয়াই থাকিব মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ #PratidinTime #AssameseActress #Assam #PurabiSharma

Related Videos

More videos from Pratidin Time