FameLifter LogoFameLifter
Top ChannelsSearchCompareTrendingStatisticsPricing

Top YouTube Channels by Country

United StatesUnited KingdomIndiaBrazilTurkeyGermanyFranceMexicoJapanSouth KoreaSpainItalyCanadaAustraliaRussiaIndonesiaPolandNetherlandsSwedenArgentina
FameLifter LogoFameLifter

Advanced YouTube analytics platform helping creators and businesses understand their performance and grow their audience.

Product

  • Channel Analytics
  • Top Channels
  • Blog
  • Features
  • Video Comparison

Company

  • About Us
  • Contact
  • Help Center
  • What's New
  • Privacy Policy
  • Terms of Service
  • Cookie Policy

© 2026 FameLifter. All rights reserved.

DA News Plus

DA News Plus

IN
@danewsplusassam
90.5K
Video Count
299.5M
Video View
535.0K
Subscriber
#12,766
India Rank
#74,167
Global Rank
90.5K
Video Count
299.5M
Video View
535.0K
Subscriber
#12,766
India Rank
#74,167
Global Rank
OverviewVideosOutliersStatisticsSimilar ChannelsTimelineRetention AnalyticsAbout
নাজিৰাত CPIৰ প্ৰাৰ্থী কনক গগৈৰ সংবাদমেল, নিৰ্বাচনী ইস্তাহাৰ মুকলি CPIৰ
0:51

25
0
0
1 week ago
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভৱানীপুৰ সৰভোগ সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ তুংগত
7:20

1.3K
35
9
1 week ago
পুৱতি নিশা লখিমপুৰত নিৰ্ভয়ে ঘূৰিছে চোৰ, CCTV ত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য
1:16

209
3
0
1 week ago
নিৰ্দলীয় প্ৰাৰ্থীক লৈ মূৰৰ কামোৰণি বাঢ়িছে বিজেপি মিত্ৰজোঁটৰ
2:27

4.4K
44
6
1 week ago
অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
0:58

138
1
1
1 week ago
বাক্সা জিলাৰ বাস্কা প্ৰেছ ক্লাৱ বৰমাত সংবাদমেল আৰ এম চি ৰ কেন্দ্ৰীয় নেতৃত্বৰ
6:22

505
7
1
1 week ago
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পাথাৰকান্দিতো কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
2:01

931
15
0
1 week ago
জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতিক তীব্ৰ গৰিহণা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
4:09

260
0
1
1 week ago
গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল নদুৱাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ তৃণমূলৰ কৰ্মীসকল
3:50

3.1K
15
19
1 week ago
নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ
3:43

8.2K
149
15
1 week ago
নৱগঠিত ডিমৰীয়া সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থীকেন্দ্ৰিক নিৰ্বাচনী যুঁজ
3:10

385
4
0
1 week ago
বিধানসভা নিৰ্বাচনক লৈ ধুবুৰী আৰক্ষীৰ ব্যাপক সতৰ্কতা, জিলাৰ ৫ টা বিধানসভা সমষ্টিত তালাচী অভিযান
2:44

188
0
0
1 week ago
এইখন কলঙৰ বুকু খান্দি কোটিপতি হ’ল কেশৱৰ আত্মীয়! কলিয়াবৰৰ প্ৰাণ কলঙে ডুবাব কেশৱ মহন্তক
4:07

368
4
0
1 week ago
'এতিয়া আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্যে হৈছে অসমখনক উদ্ধাৰ কৰা'-গৌৰৱ গগৈ
1:51

727
28
0
1 week ago
নলবাৰীত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত
10:15

নলবাৰীত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত

13.6K
192
33
1 week ago
অভয়াপুৰীত ৫০০ গৰাকী নাচনীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বিহুৰ আখৰা
2:32

62
2
0
1 week ago
গীতানগৰস্থিত খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ
1:13

43
0
0
1 week ago
নৱগঠিত ৩৪'নং ডিমৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ ড০ তপন কুমাৰ দাসৰ
1:08

105
0
0
1 week ago
নগাঁও সদৰ - বট্টদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল
4:57

2.7K
66
2
1 week ago
অসমৰ পৰা দুৰ্নীতিগ্ৰস্ত আৰু গৰু ছিণ্ডিকেট কৰা মানুহক ক্ষমতাৰ পৰা চিৰকালৰ পৰা বিদায় দিম'
1:44

432
13
0
1 week ago
বৰপেটা (SC)সমষ্টিত অগপৰ দীপক কুমাৰ দাসৰ  হৈ নিৰ্বাচনী প্ৰচাৰ জয়ন্ত মল্ল বৰুৱাৰ
2:14

100
1
0
1 week ago
'কংগ্ৰেছ চৰকাৰ আহিলে প্ৰতিমাহত আঁচনিৰ সুবিধা পাব'- সাংসদ গৌৰৱ গগৈ
2:13

1.9K
49
4
1 week ago
কলিয়াবৰত অৱসান ঘটিব কেশৱ মহন্তৰ অধ্যায়
5:00

276
5
0
1 week ago
টীয়ক সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱী গগৈৰ নিৰ্বাচনী প্ৰচাৰ
7:06

6.6K
103
12
1 week ago
বিজেপিৰ হাতৰ পৰা ছিপাঝাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে বিনন্দ শইকীয়াই?
5:27

326
5
0
1 week ago
'ৰাইজে পৰিৱৰ্তন বিচাৰিছে, কংগ্ৰেছ চৰকাৰ বিচাৰিছে', নিৰ্বাচনী প্ৰচাৰ সভাত মন্তব্য নন্দিতা দাসৰ
4:55

7K
133
17
1 week ago
শিৱসাগৰ সমষ্টিত বিশাল ৰেলীত অংশগ্ৰহণ কৰি মন্তব্য কৰিলে  কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
4:04

21
15
1 week ago
ধলাইত বিজেপি প্ৰাৰ্থী অমিয় কান্তি দাসৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
1:09

117
1
0
1 week ago
বিজেপি চৰকাৰক ধন্য়বাদ জনাই কি ক'লে কলিয়াবৰৰ একাংশ ভোটাৰে?
3:18

1.2K
3
0
1 week ago
'নিউ গুৱাহাটী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, তেওঁলোকে NDA চৰকাৰ হোৱাটোৱেই বিচাৰে'-দীপ্লুৰঞ্জন শৰ্মা
3:21

128
1
3
1 week ago
সৃজনগ্ৰাম সমষ্টিৰ AIUDF প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত জন সমুদ্ৰ
2:40

371
4
1
1 week ago
পলাশবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী হিমাশু শেখৰ বৈশ্যক পহু খেদা
1:00

1.7K
29
3
1 week ago
বিহালীৰ কোনো প্ৰাৰ্থীক সমৰ্থন কৰা নাই আদিবাসী ছাত্ৰ সন্থাই
6:31

সুনিল চেত্ৰীৰ লগত কোনো ধৰণৰ মা*ৰপিট অথবা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাই নাছিল'
14:28

930
8
10
1 week ago
'এইবাৰ বিজেপিকে আমি ভোট দিম, বিজেপিৰ সভাবোৰতো সংখ্যালঘু মুছলমানৰ ভিৰ বাঢ়িছে'
4:10

163
0
4
1 week ago
খোৱাং সমষ্টিত ৰামৰ লগত যুঁজিবলৈ শক্তি নাই বিজেপিৰ, লুৰীণজ্যোতি গগৈ
1:18

নৱগঠিত ছমৰীয়া সমষ্টিত জনসমুদ্ৰত পৰিণত AIUDFৰ সভা
1:02

398
8
3
1 week ago
৫ বছৰে সাহপুৰৰ বিধ্বস্ত পথে জলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলবাসীক
1:43

63
0
0
1 week ago
ডিমৰীয়া সমষ্টিত NDAৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ
3:01

58
0
0
1 week ago
ডুমডুমাত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী
1:23

110
0
0
1 week ago
কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
2:11

134
0
0
1 week ago
'এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে বন্ধ হ'ব  সকলো ছিণ্ডিকেট'- সাংসদ ড০ ছৈয়দ নাছিৰ হুছেইন

1.5K
21
0
1 week ago
আগন্তুক ৫ বছৰত কাৰ চৰকাৰ হোৱাটো বিচাৰে? এইবাৰ নিৰ্বাচনত কাৰ পক্ষত ভোটাৰ ৰাইজ
5:26

586
1
0
1 week ago
AIUDFৰ সভাত হাজাৰ হাজাৰ সমৰ্থক, হেলিকপ্টাৰ অৱতৰণ কৰিবলৈ খেলপথাৰত নাই ঠাই
1:35

1.4K
13
1
1 week ago
'তিনিদিনে গা ধোৱা নাই মই, সময় নাই, নিৰ্বাচন আহিছে জিকিব লাগিব'-বিধায়ক ৰূপজ্যোতি কৰ্মী
2:25

11
17
1 week ago
দেৰগাঁৱত জন আৰ্শীবাদ যাত্ৰাত উপস্থিত হৈ কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
2:22

72
1
0
1 month ago
কাৰ্বি পাহাৰত আৰম্ভ হৈছে নেকি পৰিৱৰ্তনৰ বতাহ , কাৰ্বি পাহাৰত পুনৰুদ্ধাৰ হ'বনে কংগ্ৰেছৰ

ডিব্ৰুগড় সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিবলৈ সাজু ৰিতুপৰ্ণ বৰুৱা
2:41

79
0
0
1 month ago
কটন বিশ্ববিদ্যালয়ত অসমৰ ব্যৱসায় আৰু বাণিজ্য সম্পর্কীয় বক্তৃতা শৃংখলা উদ্বোধন
1:28

42
0
0
1 month ago
বিজনীত বিজেপিৰ স্থানীয় প্ৰাৰ্থী বনাম বাহিৰৰ প্ৰাৰ্থী প্ৰদানক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰ ক্ষোভ
5:06